উজান বজাৰ হত্যাকাণ্ডৰ অপৰাধী গ্ৰেপ্তাৰ, নিজৰ জেঠায়েকৰ পুতেকেই পটাগুটিৰে মৰিয়াই...

Home অন্যান্য খবৰউজান বজাৰ হত্যাকাণ্ডৰ অপৰাধী গ্ৰেপ্তাৰ, নিজৰ জেঠায়েকৰ পুতেকেই পটাগুটিৰে মৰিয়াই হত্যা কৰিলে ডিম্পলক

উজান বজাৰ হত্যাকাণ্ডৰ অপৰাধী গ্ৰেপ্তাৰ, নিজৰ জেঠায়েকৰ পুতেকেই পটাগুটিৰে মৰিয়াই হত্যা কৰিলে ডিম্পলক

by News Desk
67 views
A+A-
Reset

ডিজিটেল ডেস্ক,২ চেপ্টেম্বৰঃঅৱশেষত আৰক্ষীৰ জালত পৰিল গুৱাহাটীৰ উজান বজাৰৰ নৃশংস কিশোৰী  হত্যাকাৰী।অষ্টম শ্ৰেণীৰ কিশোৰী ডিম্পলক হত্যা কৰিছিল নিজৰে জেঠায়েকৰ পুতেকে। অৱশেষত সম্পৰ্কীয় ককায়েকজনে এই কথা নিজ মুখেই স্বীকাৰ কৰিলে আৰক্ষীৰ আগত।

ঘটনাৰ বিৱৰণী মতে প্ৰথমে সম্পৰ্কীয় দাদাকজনে কিশোৰীগৰাকীৰ সৈতে কাজিয়াত লিপ্ত হৈছিল সম্পৰ্কীয় ককায়েকজন।কাজিয়াই ইমানে তীব্ৰ ৰূপ ধাৰণ কৰিলে যে খঙৰ ভমকত কুকাৰ, পটাগুটি আৰু ছুৰীৰে আঘাত কৰে ডিম্পলক ৷ ছুৰিকাঘাত কৰি ডিম্পলৰ মোবাইল ফোনটো লৈ সেই স্থানৰ পৰা পলায়ন কৰে যুৱকজনে ৷ আজি বাৰোৱাৰীৰ এজন বন্ধুৰ ঘৰত লুকুৱাই থোৱা মোবাইলটো উদ্ধাৰ কৰে আৰক্ষীয়ে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0