Home অন্যান্য খবৰগোলাঘাট জিলাত মাত্ৰু বন্দনা সপ্তাহৰ সামৰণি অনুষ্ঠান সম্পন্ন

গোলাঘাট জিলাত মাত্ৰু বন্দনা সপ্তাহৰ সামৰণি অনুষ্ঠান সম্পন্ন

by News Desk
67 views
A+A-
Reset

গোলাঘাট, ১৩ ছেপ্টেম্বৰ : ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে গোলাঘাট জিলাতো যোৱা ১ ছেপ্টেম্বৰৰ পৰা গৰ্ভৱতী আৰু প্ৰসূতি মাতৃৰ মাজত পৰিপুষ্টি তথা প্ৰধানমন্ত্ৰী মাত্ৰু বন্দনা আঁচনি সম্পৰ্কে তৃণমূল পৰ্যায়তে সজাগতা সৃষ্টিৰ উদ্দেশ্যে আৰম্ভ হোৱা মাত্ৰু বন্দনা সপ্তাহৰ যোৱা ৭ ছেপ্টেম্বৰত সামৰণি পৰে ।

এই উপলক্ষে আজি গোলাঘাট নগৰত থকা জিলা পৰিষদৰ কাৰ্য্যালয়ৰ সভাকক্ষত সামৰণি অনুষ্ঠান আৰু মাত্ৰু বন্দনা সপ্তাহত উৎকৃষ্ট প্ৰদৰ্শন কৰা সংহত শিশু উন্নয়ন প্ৰকল্পক সম্বৰ্ধনা জনোৱা হয় । জিলা উন্নয়ন আয়ুক্ত শ্ৰীযুতা অৰ্পা বাগলাৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাত শিশু উন্নয়ন প্ৰকল্প বিষয়া, খণ্ড উন্নয়ন বিষয়াসকল, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়া, আই চি ডি এছৰ ছুপাৰভাইজৰ আৰু বিষয়া-কৰ্মচাৰীসকলে অংশগ্ৰহণ কৰে ।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0