Home অন্যান্য খবৰঅসম আৰক্ষীত ব্যাপক ৰদ-বদল

অসম আৰক্ষীত ব্যাপক ৰদ-বদল

by News Desk
59 views
A+A-
Reset

ডিজিটেল ডেস্ক,১৪ চেপ্টেম্বৰঃ ড°হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ গৃহবিভাগে আৰক্ষী বিভাগত এক ব্যপক ৰদ বদলত অনুমোদন জনায়৷এই ৰদ-বদল মতে এপিএছ বিষয়া কুলেন্দ্র নাথ ডেকাক বিশ্বনাথৰ অতিৰিক্ত আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হয়৷ এপিএছ বিষয়া অনিৰ্বাণ শৰ্মাক বজালীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হয়৷এপিএছ বিষয়া দীপাংকৰ দত্ত লহকৰক ধুবুৰীৰ উপ আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি দিয়া হয়৷এপিএছ বিষয়া লৱ কুমাৰ ডেকাক চিৰাঙৰ উপ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হয়৷এপিএছ বিষয়া মৃদুল বৰুৱাক গুৱাহাটীৰ উপ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হয়৷এপিএছ বিষয়া আব্দুল ৰচিদক বৰমণিপুৰ মৰিগাঁও উপ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হয়৷এপিএছ বিষয়া জিয়াউৰ ৰহমানক গুৱাহাটীৰ চি আই ডি শাখাৰ উপ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হয়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0