Home অন্যান্য খবৰমহানগৰীৰ পাণ্ডুত অঘটন,ব্রহ্মপুত্রত সন্ধানহীন হোৱা ৩জন ছাত্রৰ মৃতদেহ উদ্ধাৰ

মহানগৰীৰ পাণ্ডুত অঘটন,ব্রহ্মপুত্রত সন্ধানহীন হোৱা ৩জন ছাত্রৰ মৃতদেহ উদ্ধাৰ

by News Desk
A+A-
Reset
IMG-20210927-WA0002

ডিজিটেল ডেস্ক,২৭ চেপ্টেম্বৰঃ মহানগৰীৰ পাণ্ডুত ব্ৰহ্মপুত্ৰৰ বুকুত পুনৰ শোকাৱহ দূৰ্ঘটনা৷সাতুৰিবলৈ গৈ নিখোজ হোৱা ৩জন ছাত্রৰ মৃতদেহ উদ্ধাৰ হৈছে৷আন এজন এতিয়াও নিখোজ হৈয়ে আছে৷

দেওবাৰে দুপৰীয়া ব্রহ্মপুত্রৰ বুকুত একেলগে সন্ধানহীন হৈ পৰিছিল চাৰিজনকৈ ছাত্র।ইয়াৰে ইতিমধ্যে ৩জন ছাত্রৰ মৃতদেহ উদ্ধাৰ হৈছে।প্ৰচণ্ড গৰমৰ বাবে টিউচন কৰি ব্রহ্মপুত্রত গা ধুবলৈ গৈছিল ছাত্রকেইজন।এতিয়াও সন্ধানহীন আন এজন ছাত্ৰ।
পাণ্ডু ঘাটত উদ্ধাৰ হৈছিল সন্ধানহীন ছাত্রকেইজনৰ স্কুল বেগ আৰু জোতা।পৰিয়ালৰ লোকে চিনাক্ত কৰে বেগ আৰু জোতা।
সন্ধানহীন ছাত্র কেইজন আছিল দয়াল শ্বেখ, অভিনাশ দাস, জিৎ দাস আৰু দ্বীপ সৰকাৰ৷ইয়াৰে উদ্ধাৰ হৈছে দয়াল শ্বেখ, জিৎ দাস, আৰু দ্বীপ সৰকাৰৰ মৃতদেহ।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0