Home দেশকয়লাক লৈ হাহাকাৰ, শুই আছে চৰকাৰ! দেশত হ’ব নেকি ঘোৰ অন্ধকাৰ?

কয়লাক লৈ হাহাকাৰ, শুই আছে চৰকাৰ! দেশত হ’ব নেকি ঘোৰ অন্ধকাৰ?

by News Desk
A+A-
Reset
Coal 1

বিশেষ প্ৰতিবেদনঃ কয়লাৰ নাটনি সন্দৰ্ভত একাধিক খবৰ প্ৰকাশ পাই অহাৰ সময়তে মুকলি বজাৰত বিদ্যুৎ বিক্ৰী নকৰিবলৈ ৰাজ্যসমূহক সকীয়াই দিছে কেন্দ্ৰ চৰকাৰে। কেন্দ্ৰ চৰকাৰৰ তৰফৰ পৰা কোৱা হৈছে যে যদিহে দামবৃৃদ্ধিৰ গইনা লৈ ৰাজ্যসমূহে অধিক মুনাফা অৰ্জনৰ চেষ্টা চলাই তেন্তে কেন্দ্ৰৰ তৰফৰ পৰা কৰা হোৱা বিজুলী সৰবৰাহ বন্ধ কৰা হ’ব।

ভাৰতত যি সময়ত কয়লাৰ ভাণ্ডাৰ হ্ৰাস পোৱাক লৈ শক্তিখণ্ড ব্যাপক সমস্যাৰ সন্মুখীন হৈছে সেই সময়তে কেন্দ্ৰ চৰকাৰে ৰাজ্যসমূহক এনেদৰে সকীয়াই দিয়াটোৱে বহন কৰিছে বিশেষ তাৎপৰ্য। কেন্দ্ৰৰ এনে সকীয়নিৰ প্ৰভাৱ কয়লা চালিত তাপবিদ্যুৎ প্ৰকল্পসমূহত পৰাতো প্ৰায় স্পষ্ট হৈ পৰিছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0