মহাকাশলৈ যোৱা প্রথমগৰাকী ভাৰতীয় হৈছে ৰাকেশ শৰ্মা৷ জোনৰ বুকুত ভাৰতে বিজয়ধ্বজ্জা উৰুওৱাৰ সময়তে আকৌ এবাৰ চৰ্চালৈ আহিছে দেশৰ প্ৰথম মহাকাশচাৰীগৰাকী৷ আজিৰ পৰা ৩৯ বছৰ পূৰ্বেই মহাকাশলৈ যাত্ৰা কৰি উভতি অহা ৰাকেশ শৰ্মা এতিয়ানো কেনে আছে আৰু ক’ত আছে সেই সম্পৰ্কে জানিবলৈ উৎসুক হৈ পৰিছে অসংখ্যজন ভাৰতীয়। মহাকাশ বিজ্ঞানৰ প্ৰতি আগ্ৰহী অসমৰো বহুতৰেই মনলৈ আহিছে ৰাকেশ শৰ্মাৰ নাম। সেয়ে আজি ভাৰতৰ প্ৰথমগৰাকী মহাকাশচাৰীৰ বিষয়ে NNOৰ এই বিশেষ লেখা।
মহাকাশত ভগৱানৰ ঘৰ নাই!