Home দেশ‘নিউজ এংকৰ বৰ্জন’ৰ সিদ্ধান্তই বিৰোধীক কি দিব? অসমতো কৰিব নেকি বৰ্জন?

‘নিউজ এংকৰ বৰ্জন’ৰ সিদ্ধান্তই বিৰোধীক কি দিব? অসমতো কৰিব নেকি বৰ্জন?

by News Desk
108 views
A+A-
Reset

নিৰ্বাচনলৈ মাজত আৰু মাত্ৰ কেইটামান মাহ। ইতিমধ্যেই বাজিবলৈ আৰম্ভ কৰিছে নিৰ্বাচনী দুন্দুভি। এফালে বিজেপি আৰু আনফালে বিৰোধী শক্তিৰ মহাৰণত জয়-পৰাজয়ৰ হিচাপ-নিকাচ ইতিমধ্যে আৰম্ভ হৈছে। দেশত হঠাৎ হ্ৰাস পাইছে চিলিণ্ডাৰৰ মূল্য, ন ন প্ৰতিশ্ৰুতিৰ সোঁত বৈছে। পিছ পৰি থকা নাই বিৰোধীৰ ‘ইণ্ডিয়া’ মিত্ৰজোঁটো। ইখনৰ পিছত সিখন বৈঠকত মিলিত হৈ বিৰোধী মিত্ৰশক্তিয়ে প্ৰস্তুত কৰিছে নিৰ্বাচনী পৰিকল্পনাৰ। মণিপুৰ, নুহ, কাশ্মীৰ আদি দেশৰ প্ৰান্তে প্ৰান্তে চলি থকা হিংসাৰ বজাৰত প্ৰেমৰ দোকান দিয়াৰ কথা দিছে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে।

দেশৰ এনে নিৰ্বাচনকেন্দ্ৰিক পৰিৱেশত স্বাভাৱিকতে জনতা আৰু নেতাৰ মাজৰ বাহক হিচাপে কাম কৰে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰূপে পৰিচিত সংবাদ মাধ্যমসমূহে। অৱশ্যে ২০১৪ৰ পিছৰে পৰা সংবাদ মাধ্যমৰ পৰিভাষা অনেক সলনি হোৱা বুলি অভিযোগ সঘনে উত্থাপন হৈ আহিছে। সংবাদ মাধ্যমৰ সন্ধিয়াৰ ডিবেটত বিভিন্ন আদৰ্শ আৰু ধৰ্মৰ লোকক আমন্ত্ৰণ কৰি সাম্প্ৰদায়িকতা বিয়পোৱাৰ অভিযোগ উত্থাপন কৰি আহিছে বিৰোধী আৰু সাধাৰণ সচেতন জনতাই।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0