Home দেশদুসপ্তাহৰ পিছতে নিৰ্বাচন! তথাপি মিজোৰামত শুনা নাযায় নিৰ্বাচনী শ্লোগান…

দুসপ্তাহৰ পিছতে নিৰ্বাচন! তথাপি মিজোৰামত শুনা নাযায় নিৰ্বাচনী শ্লোগান…

by News Desk
A+A-
Reset
mizoram-election-news

নিশাৰ নীৰৱতাৰ পিছত পুৱা দোকমকালিতেই উথপথপ লাগে মিজোৰামৰ ৰাজধানী আইজলত। এই চহৰখনৰ সৰহ সংখ্যক লোকৰ দিনটোৰ ব্যস্ততা আৰম্ভ হয় পুৱা ৫ বজাৰ পৰাই। পুৱাৰ এই পৰিৱেশত কোনোবাই যদি মৰ্ণিং ৱাক কৰিবলৈ ওলাই আহে, একাংশ পুৰুষ-মহিলাই আকৌ এন্ধাৰ-পোহৰৰ মায়াসনা পদপথত চাহ-নাস্তাৰ দোকান খুলি গ্ৰাহকৰ বাবে অপেক্ষা কৰে। দুচকীয়া আৰু তিনি চকীয়া টেক্সি ষ্টেণ্ডবোৰতো আৰম্ভ হয় ব্যস্ততা। 

আইজলত প্ৰতিটো পুৱা এনেদৰেই আৰম্ভ হয়। মানুহবোৰৰ ব্যস্ততা দেখি আপোনাৰ এবাৰলৈও অনুভৱ নহ’ব যে এইখন মিজোৰামতে আৰু মাত্ৰ দুসপ্তাহ পিছত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন। হয়তো এইবাৰ চৰকাৰ সলনি হ’বও পাৰে, অন্যথা একেখন চৰকাৰেই পুনৰ চহৰখনৰ ভাগ্য নিৰ্ণয় কৰিবও পাৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0