64
ডিজিটেল ডেস্কঃ অভিনয় জগতৰপৰা ৰাজনীতিলৈ অহা নেতাৰ তালিকা গণি শেষ কৰিব নোৱাৰি। কিন্তু চুপাৰষ্টাৰ ৰজনীকান্তক ৰাজনীতিৰ ক্ষেত্ৰখনত চোৱাৰ হেপাহ তেঁওৰ অনুৰাগীতো বাদেই, ৰজনীকান্তৰ নাম শুনা সাধাৰণ মানুহৰ এজনৰ বাবেও এক কৌতুহলৰ বিষয়।
এই কৌতুহলৰে ওৰ পেলাই সুদীৰ্ঘ ৮ বছৰৰ মুৰত অনুৰাগীৰ সৈতে কথা-বতৰাত ৰাজনীতি সন্দৰ্ভত নিজৰ মনৰ কথা ব্যক্ত কৰিছে ৰজনীকান্তে।