56
কাকপথাৰঃ ভাৰতবৰ্ষক বিশ্ব দৰবাৰত পৰিষ্কাৰ ৰূপত চিনাকি কৰাই দিয়াৰ উদ্দেশ্যেৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশবাসীক আহ্বান জনোৱা স্বচ্ছ ভাৰত অভিযানৰ পৰা তিনিচুকীয়া জিলাৰ কাকপথাৰবাসী এতিয়াও বহূ দূৰৈত ৷
কাকপথাৰ টাউনৰ মাজমজিয়াতে বজাৰৰ গেলা-পচা জাৱৰ জোথৰৰ দমে সমগ্ৰ অঞ্চলটোলৈ জনসাধাৰণৰ স্বাস্থ্যৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই আনিছে৷