Home গুৱাহাটীকৈলাশৰ বাবুল আলীয়ে মাজনিশা শোৱাপাটী এৰে কিয়?

কৈলাশৰ বাবুল আলীয়ে মাজনিশা শোৱাপাটী এৰে কিয়?

by News Desk
128 views
A+A-
Reset

গুৱাহাটীঃ কৈলাশ নগৰ! দেৱাদিদেৱ মহাদেৱৰ বাসস্থলী নহয়। এই নগৰ দিছপুৰৰ ৰাজধানী চৌহদৰ পৰা চাৰি কিল’মিটাৰতকৈ কম দূৰত্বত পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ওচৰত অৱস্থিত। হয়তো আপুনি ভাবিছে এক অভিজাত অঞ্চল। কিন্তু আপোনাৰ এই ধাৰণা সম্পূৰ্ণৰূপে ভুল।

কাৰণ ৰাজধানী চৌহদৰ একপ্ৰকাৰ গাতে লাগি থকা অঞ্চল হ’লেও বাট-পথ, খোৱাপানীৰ পৰা আৰম্ভ কৰি সীমাহীন সমস্যাৰে এই কৈলাশ নগৰৰ ৰাইজ ভাৰাক্ৰান্ত। অঞ্চলটোৰ মুঠ নিবাসীৰ ৯০ শতাংশই দাৰিদ্ৰ্য সীমা ৰেখা (বি পি এল)ৰ তলৰ লোক। পাহাৰীয়া অঞ্চলটোত বিগত ৩০ বছৰে সমস্যাৰে সহবাস কৰি আছে ৰাইজে। নিৰ্বাচনৰ সময়ত ভোট বিচাৰি যোৱাৰ বাদে বিগত ৩০ বছৰে কোনো জনপ্ৰতিনিধিয়েই ভুমুকি নামাৰিলে অঞ্চলটোত।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
₹0
Shipping & taxes may be re-calculated at checkout
₹0