48
হোজাইঃ স্বয়ং বিজেপি কৰ্মীয়ে ধূলিসাৎ কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দুৰ্নীতি বিৰোধী শ্ল’গান৷ ডবকাৰ গণিপুৰ বজাৰত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি।
গড়কাপ্তানী পথৰ মেৰামতিক কেন্দ্ৰ কৰি আজি স্থানীয় আমছু কৰ্মী আৰু বিজেপি কৰ্মীৰ মাজত সংঘাতৰ ফলত বজাৰ খনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷