Home অন্যান্য খবৰগোগামুখত কৃষি গৱেষণাৰ আধাৰশিলা, কৃষকলৈ মোদীৰ ‘সম্পদা’

গোগামুখত কৃষি গৱেষণাৰ আধাৰশিলা, কৃষকলৈ মোদীৰ ‘সম্পদা’

by News Desk
64 views
A+A-
Reset

গোগামুখঃ ধলা-শদিয়া দলং ৰাইজৰ বাবে মুকলি কৰাৰ পিছতে শুকুৰবাৰে গোগামুখত ৬৮৭ একৰ মাটিত স্থাপন হ’বলগীয়া কৃষি গৱেষণা প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। উক্ত অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এনে এক গুৰুত্বপূৰ্ণ পদক্ষেপৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কৃতজ্ঞতা জ্ঞাপন কৰে।

১৫৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া উক্ত প্ৰতিষ্ঠানখনে ৰাজ্যৰ কৃষি উৎপাদনৰ ক্ষেত্ৰখনত বিপ্লৱৰ সূচনা কৰিব বুলি উল্লেখ কৰি ইয়াক প্ৰধানমন্ত্ৰীৰ এক শক্তিশালী কাৰ্যপন্থা আখ্যা দিয়ে মুখ্যমন্ত্ৰী সোণোৱালে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0