61
ডিজিটেল ডেস্কঃ বিশ্ব স্বাস্থ্য সন্থাই ভাৰতত ধৰা পেলাইছে জিকা ভাইৰাছৰ তৃতীয়জন ৰোগী। আহমেদাবাদ চহৰত এই তৃতীয়টো ঘটনা ধৰা পেলাবলৈ সক্ষম হৈছে সংস্থাটো।
চহৰখনৰ বাপুনগৰ এলেকাতে এনেদৰে জিকা ভাইৰাছৰ সংক্ৰমণ ঘটা কথাটো সংস্থাই নিশ্চিত কৰিছে।