64
ডিজিটেল ডেস্কঃ অপহৰণকাৰীৰ বেয়া দিন। যিজনক অপহৰণ কৰিবলৈ ওলাইছিল, তেঁওৰে ভগ্নী ওলালগৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ শ্বুটাৰ। ৰাষ্ট্ৰীয় পৰ্যায়ৰ শ্বুটাৰ আয়েশা ফলকৰ ভাতৃ আছিফ দিল্লী বিশ্ববিদ্যালয়ত পঢ়ে।
এই আছিফকে অপহৰণ কৰি নিয়াৰ পিছতে মোকলাই দিয়াৰ বাবে ধন বিচাৰি আহোতে একপ্ৰকাৰে বাঘৰ নেজেৰে কাণ খজুওৱাৰ দৰে কাম কৰিলে অপহৰণকাৰীৰ এটা দলে।