64
ডিজিটেল ডেস্কঃ ছয় দিনীয়া ভ্ৰমণৰ কাৰ্যসূচীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চাৰিখন দেশৰ ভ্ৰমণৰ বাবে আজি ৰাওনা হৈছে। জাৰ্মনী, স্পেইন, ৰাছিয়া আৰু ফ্ৰান্স- এই চাৰিখন দেশত ভ্ৰমণ কৰিবলগীয়া মোদীয়ে বিভিন্ন কাৰ্যসূচীত ভাগ ল’ব।
এই যাত্ৰাত ভাৰতৰ অৰ্থনৈতিক দিশটোৰ ক্ষেত্ৰত বিশেষ উদ্দেশ্য সাধনৰ বাবে বিনিয়োগ সম্পৰ্কীয় আলোচনাতো অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে।