62
বিহালীঃ দিন হাজিৰা কৰি উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত বিশ্বনাথ মহাবিদ্যালয়ৰ পৰা দুটাকৈ বিষয়ত লেটাৰ নম্বৰসহ প্ৰায় ৭০ শতাংশ নম্বৰেৰে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিল আব্দুল মোতালিব।
আৰ্থিক দুৰৱস্থাৰ বাবে হতাশ হোৱা বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ অন্তৰ্গত বাঘমাৰীৰ মোতালিবক সহায় কৰিবলৈ আগবাঢ়ি আহিছে দুজন হৃদয়বান লোক।