39
ডিজিটেল ডেস্কঃ কেইদিনমানৰ ভিতৰতে আইএছআইয়ে ভয়ংকৰ আক্ৰমণ সংঘটিত কৰিব ভাৰতত৷ অহা ১৫ দিনৰ ভিতৰতে পাকিস্তানৰ চোৰাংচোৱা সংস্থাটোৱে সংঘটিত কৰিব পাৰে এই আক্ৰমণ৷
এক ইন্টালিজেন্ট সংস্থাই প্ৰকাশ কৰিছে এই তথ্য৷ কাশ্মীৰ সীমান্ত আৰু পাঞ্জাৱ সীমান্তৰে সন্ত্ৰাসবাদীয়ে সংঘটিত কৰিব পাৰে আক্ৰমণ৷ ইন্টেলিজেন্ট সংস্থাটোৱে প্ৰকাশ কৰা তথ্যত উল্লেখ আছে যে পাঞ্জাৱৰ কাঠুৱা, গুৰদাসপুৰ আৰু পাঠানকোটৰে আক্ৰমণৰ প্ৰস্তুতি চলাইছে সন্ত্ৰাসবাদীয়ে৷