56
লংকাঃ মানৱতাক ভুলুণ্ঠিত কৰি নিজ ভগ্নীকে গুৰুলা-গুৰুল কৰি পিটিলে ভাতৃয়ে। এই কৰুণ ঘটনা ঘটিছে হোজাইৰ লংকাত। লংকা আৰক্ষী চকীৰ অন্তৰ্গত লংকাৰ ভালুকমাৰীত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা।
নিজ ভাতৃ আৰু ভাতৃৰ পত্নীৰ বিৰুদ্ধে এজাহাৰ দিবলৈ পুৱাই প্ৰমিলা দাস ভুক্তভোগী মহিলাগৰাকী উপস্থিত হ’ল লংকা থানাত।