66
গোলকগঞ্জঃ পৃথক ৰাজ্যৰ দাবীত আক্ৰাছুয়ে আহ্বান জনোৱা ৩৬ ঘন্টীয়া অসম বন্ধ কাৰ্যসুচীৰ আজি বিয়লি পাঁচ বজাত সামৰণি পৰে।
বন্ধৰ সময়ছোৱাত হিংসাত্মক ঘটনাৰ পৰিমাণ কম যদিও আক্ৰাছুৰ নেতা-কৰ্মীয়ে যান-বাহন, ব্যৱসায় প্ৰতিষ্ঠান আদি বন্ধ কৰাৰ বাবে ৰাজপথলৈ ওলাই অহা পৰিলক্ষিত হয়৷