62
পাঞ্জাবাৰীঃ এজাক বৰষুণতে মহানগৰীৰ ৰাজপথত কৃত্ৰিম বানপানী হোৱাতো নতুন কথা নহয়। কৃত্ৰিম বানপানীৰ ফলত আভিজাত্যৰ গুৱাহাটীত সৃষ্টি হোৱা পৰিবেশ বৰ্ণনা কৰিব নোৱাৰি৷
প্ৰতিবছৰে মহানগৰীৰ কৃত্ৰিম বানপানীয়ে ধন-জনৰ বিস্তৰ ক্ষতি কৰাৰ দৰে বুধবাৰে কৃত্ৰিম বানে ছাত্ৰ সহিতে দুজন লোকৰ প্ৰাণ লয়।