73
ডিজিটেল ডেস্কঃ নাতিয়েকে অকা ছবিয়ে পোহৰলৈ আনিলে ককাকৰ অপৰাধ৷ উক্ত ঘটনা সংঘটিত হৈছে দিল্লীত৷ ২০১৪ চনৰ পৰা শিশুটিক যৌন নিৰ্যাতন কৰি আহিছিল ককাকে৷
কিন্তু উপযুক্ত প্ৰমাণৰ অভাৱত হাত সাৰি গৈছিল ককাক৷ আনকি নাতিয়েকে মিছা কোৱা বুলি ককাকে অভিযোগ তুলিছিল৷ ২০১৪ ত শিশুটিৰ স্বাস্থ্য পৰীক্ষাত যৌন নিগ্ৰহৰ কথা ধৰা পৰে৷