83
বালিপৰাঃ শোণিতপুৰৰ বালিপৰা আঞ্চলিক কৃষক সভা আৰু নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিয়ে আজি নাৰীৰ সুৰক্ষা, নিৰীহ কৃষকক হত্যা আদিৰ প্ৰতিবাদত অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে৷
বালিপৰা আঞ্চলিক কৃষক সভা, আৰু নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ কেইবা শতাধিক নেতা-কৰ্মীয়ে অৱস্থান ধৰ্মঘট কাৰ্যসূচীত উপস্থিত থাকে।