120
নগাঁওঃ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ স্বচ্ছ ভাৰত অভিযান মিছনৰ অধীনত অনুষ্ঠিত স্বচ্ছগ্ৰাহী প্ৰতিযোগিতাত ভাগ লৈ বিশেষ সন্মান আজুৰি আনিবলৈ সক্ষম হৈছে নগাঁৱৰ যুৱক স্বৰ্নেন্দু বিশ্বাসে৷
স্বচ্ছ ভাৰতৰ অধীনত আয়োজন কৰা এই প্ৰতিযোগিতাৰ মূল উদ্দেশ্য আছিল দেশৰ প্ৰতিখন জিলাৰে পৌৰসভা সম্পৰ্কত ৰাইজৰ মতামতৰ প্ৰতিবেদন দাখিল কৰা৷