81
ডিজিটেল ডেস্কঃ জি এছ টিৰ প্ৰভাৱ পৰিব দেশৰ ৰিয়েল ইষ্টেটৰ ব্যৱসায়িক খণ্ডত। পহিলা জুলাইৰ পৰা কাৰ্যকৰী হ’বলগীয়া সামগ্ৰী আৰু সেৱাকৰ আইনৰ ফলত জুৰুলা হ’ব পাৰে আপোন ঘৰ কিনিবলৈ ব্যগ্ৰ লোকসকল।
জি এছ টি কাৰ্যকৰীকৰণৰ প্ৰাকক্ষণত প্ৰকাশ পাইছে এনে চৰ্চা। তদানুসৰি আইনখন দেশজুৰি প্ৰযোজ্য হোৱাৰ লগে লগে নিৰ্মাণকাৰী প্ৰতিষ্ঠানে চৰকাৰক ৭.৫ শতাংশ অধিক কৰ আদায় দিব লাগিব।