63
নগাঁওঃ সদৌ অসম ট্ৰাইবেল সংঘৰ নগাঁও জিলা সমিতিৰ ৩০ সংখ্যক সাধাৰণ অধিবেশনখনি জিলাখনৰ কাছমাৰীত অনুষ্ঠিত হ’ব৷
পলাশতল-কাছমাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত অহা ২৪-২৫ জুনত দুদিনীয়া কাৰ্যসুচীৰে অনুষ্ঠিত হ’ব এই অধিবেশনখন ৷