69
ডিজিটেল ডেস্কঃ গোমাংস কঢ়িওৱাৰ সন্দেহতে মথুৰা ৰেলত ভ্ৰমণ কৰা এজন লোকে প্ৰাণ হেৰুৱাবলগা হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
গোমাংস কঢ়িওৱাৰ সন্দেহতে দুই ভাতৃসহ এজন লোকক চুৰিকাঘাত কৰে একেখন ৰেলৰে যাত্ৰীয়ে। ঘটনাত এজনে প্ৰাণ হেৰুওৱাৰ লগতে আন দুজনো আঘাতপ্ৰাপ্ত হৈছে।