57
ডিজিটেল ডেস্কঃ সুন্দৰী হ’বলৈ আপুনি এতিয়া হাজাৰ হাজাৰ টকাৰ প্ৰসাধনৰ ব্ৰেণ্ডৰ পিছত দৌৰি থাকিব নালাগে। নিজেক চৰিয়ালেই হ’ব পাৰিব সুন্দৰী। শুনাত কিবা অদ্ভুত যেন লাগিলেও এয়া সত্য।
ছালৰ প্ৰাকৃতিক সৌন্দৰ্য ধৰি ৰাখি ছালক সতেজ কৰি ৰাখিবলৈ মৃদু মৃদুকৈ গালত দৈনিক চৰিওৱাৰ বিধি আছে কোৰিয়াত।