57
ডিজিটেল ডেস্কঃ বৰ্তমান ইউটিউবত ভাইৰেল হৈ পৰিছে এজন বাইকাৰে হাইৱেত চাৰিচকীয়া বাহন এখনত মৰা এটা কিক্। কিয়নো এই কিকটো আছিল বিধ্বংসী।
লছ এঞ্জেলচৰ চান্তাক্লেৰিতাৰ ৰাজপথত বৃহস্পতিবাৰে সমান্তৰালকৈ গৈ থকা এখন চেডান কোম্পানীৰ কাৰখনক কিবা খঙত বাইক আৰোহীজনে চলন্ত অৱস্থাতে কিক্ মাৰে। কথমপি নপৰাকৈ বাচে বাইক আৰোহীজন।