55
ডিজিটেল ডেস্কঃ পুনৰ আহিছে ৰেনচামৱেৰৰ দৰে বিধ্বংসী ভাইৰাছ। অলপতে হোৱা ছাইবাৰ আক্ৰমণে বিশ্বজুৰি চাইবাৰ সুৰক্ষাৰ দিশটোক লৈ সকলোকে চিন্তিত কৰি তোলাৰ পিছতেই পুনৰাই ৰেনচামৱেৰ সদৃশ ভাইৰাছৰ আক্ৰমণত পৰিলক্ষিত হৈছে।
ৰাছিয়াৰ সৰ্ববৃহৎ তেল কোম্পানীৰপৰা আৰম্ভ কৰি ইউক্ৰেইনৰ বেংক আৰু ভিন্ন বহুজাতিক কোম্পানীৰ চিষ্টেমত আক্ৰমণ কৰাৰ পিছতে মঙলবাৰে ভাৰততো সোমাল এই ভাইৰাছ।