50
ডিজিটেল ডেস্কঃ পহিলা জুলাইৰ পৰা কাৰ্যকৰ হ’ব লগা সামগ্ৰী আৰু সেৱা কৰৰ পূৰ্বেই আধাৰ কাৰ্ডৰ সৈতে পান কাৰ্ড লিংক কৰাৰ বাবে কৰ পৰিশোধকাৰীসকলক নিৰ্দেশ দিছে কেন্দ্ৰ চৰকাৰে।
আয়কৰ আইন সংশোধন কৰা বিত্ত মন্ত্ৰী অৰুণ জেটলীয়ে পান কাৰ্ডৰ বাবে আবেদন কৰা প্ৰাৰ্থীক আধাৰ কাৰ্ডৰ ১২ টা ডিজিটৰ ইউনিক আইডি দিয়াটো বাধ্যতামূলক কৰিছে।