64
ডিজিটেল ডেস্কঃ গুণা-গথাৰ অন্তত স্থিৰ সিদ্ধান্ত গ্ৰহণ কৰিলে ডঃ মনমোহন সিঙে। সৰ্বশেষত জি এছ টিৰ ঘোষণা উপলক্ষে আয়োজিত সবাহ বৰ্জনৰে মনস্থ কৰিলে প্ৰাক্তন প্ৰধানমন্ত্ৰী এম এম এছে।
আনহাতে চৰকাৰে অনুষ্ঠানলৈ নিমন্ত্ৰণ জনাই প্ৰেৰণ কৰা পত্ৰত ভুল ধৰিছে কংগ্ৰেছে। অভিমান ব্যক্ত কৰি দলটোৱে ঘোষণা কৰিছে সন্মিলন বৰ্জনৰ কথা।