65
ডিজিটেল ডেস্কঃ জি এছ টিৰ প্ৰভাৱত সহজলভ্য হ’বলৈ ওলাইছে এপলৰ আইফোন। মাজনিশাৰ মহাকৰৰ সূচনা হোৱাৰ লগে লগে আইফোনৰ খুচুৰা দাম একেকোবে কমাই দিয়ে প্ৰতিষ্ঠানটোৱে।
এপলৰ সূত্ৰৰ খবৰ অনুযায়ী, ভাৰতত সামগ্ৰী আৰু সেৱা কৰ কাৰ্যকৰী হোৱাৰ পৰিপ্ৰেক্ষিতত আইফোনৰ দাম সৰ্বাধিক ৭.৫ শতাংশ কমাই দিয়া হৈছে। দাম হ্ৰাসৰ সৰ্বনিম্ন হাৰ হৈছে ৪ শতাংশ।