70
পাঞ্জাবাৰীঃ মহানগৰীৰ বশিষ্ঠ প্ৰেছ ক্লাবৰ উদ্যোগত অহা ৭-১৩ জুলাইলৈ সাতদিনীয়া গ্ৰীষ্মকালীন সাংবাদিকতাৰ কৰ্মশালাৰ আয়োজন কৰা হৈছে।
বেলতলাৰ বনগাঁও প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হ’বলগীয়া কৰ্মশালাত সকলো লোকে অংশগ্ৰহণ কৰিব পাৰিব বুলি আয়োজকসকলে জানিবলৈ দিছে।