82
শিৱসাগৰঃ শিৱসাগৰ চহৰৰ পশ্চিম যমুনা পথৰ পৰা এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীক অপহৰণ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।
যোৱা ৩০ জুনৰ নিশা প্ৰায় ৮ বজাত শিৱসাগৰৰ পশ্চিম যমুনা পথৰ নিৱাসী নুৰজামাল আলিৰ কন্যা নুৰেজা বেগম(১৪) নিজ বাসগৃহৰ সন্মুখত খেলি থকা অৱস্থাৰ পৰা নোহোৱা হয়।