74
ডিজিটেল ডেস্কঃ ৰঙাচীনক লৈ অব্যাহত আছে শংকাৰ ঘন ডাঁৱৰ। সেয়া ঘনীভূত হৈ পৰিছে চীনে ভাৰত মহাসাগৰত নতুনকৈ চাবেমৰিন প্ৰেৰণ কৰা কাৰ্যই।
ইতিমধ্যে যুদ্ধৰ বাবে বাহৰ পাতি থকা চীনে নতুনকৈ ভাৰত মহাসাগৰত ইৱান শ্ৰেণীৰ ছাবমেৰিণ প্ৰেৰণ কৰি যুদ্ধৰ আশংকা বৃদ্ধি কৰি তোলাৰ সময়তে চীনৰ সামৰিক বিশেষজ্ঞৰ বিস্ফোৰক মন্তব্যই তোলপাৰ লগাইছে।