66
ডিজিটেল ডেস্কঃ ধৰ্মীয় অনুভূতিত আঘাত হানিবপৰা ধৰণৰ আপত্তিজনক পোষ্ট কৰি পশ্চিম বংগৰ নৰ্থ ২৪ পাৰাগণা জিলাৰ ১৭ বছৰীয়া কিশোৰ এজন আটক হোৱাৰ পিছতো ক্ষান্ত হোৱা নাই পৰিস্থিতি।
পোষ্টটোক কেন্দ্ৰ কৰি সূত্ৰপাত ঘটা সাম্প্ৰদায়িক সংঘৰ্ষৰ পৰিপ্ৰেক্ষিততে কেন্দ্ৰই মঙলবাৰে কলকাতাৰ সমীপবৰ্তী এলেকাটোলৈ ৪০০ জন বিএছএফ জোৱান প্ৰেৰণ কৰিছে।