Home দেশ১২ ঘণ্টাত ৰোপন ৬ কোটি গছপুলি

১২ ঘণ্টাত ৰোপন ৬ কোটি গছপুলি

by News Desk
53 views
A+A-
Reset

ডিজিটেল ডেস্কঃ বৃক্ষ ৰোপনৰ ক্ষেত্ৰত অভিলেখ সৃষ্টি কৰিলে মধ্য প্ৰদেশে৷ ১২ ঘন্টাৰ ভিতৰতে ৬ কোটি বৃক্ষ ৰোপন কৰা হ’ল ৰাজ্যখনত৷ দেওবাৰে পুৱা ৬ বজাৰ পৰা সন্ধিয়া ৰোপন হয় গছসমুহ৷ ১৫ টা স্বেচ্ছাসেৱী সংগঠনৰ সহযোগত নৰ্মদা নদীৰ পাৰত এই গছ পুলিসমুহ ৰোপন কৰা হয়৷

প্ৰায় ৬ কোটি ৬০ হাজাৰ গছ ৰোপন হয়৷ বিশ্বত আটইতকৈ বেছি কাৰ্বন নিৰ্গমণ কৰা দেশৰ ভিতৰত ভাৰতৰ স্থান তৃতীয়৷ মুলতঃ পৰিবেশ প্ৰদূষণ ৰোধ কৰিবলৈয়ে প্ৰাথমিক পৰ্যায়ত এই পদক্ষেপ গ্ৰহণ কৰিছে দেশখনে৷ দেশৰ বিভিন্ন অঞ্চলত এনেদৰে ৰোৱা হ’ব গছপুলি৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0