61
তিৰুৱনন্তপুৰমঃ মালায়লম চলচ্চিত্ৰ উদ্যোগত এতিয়া নাৰী কোনোধৰণৰ নিৰ্যাতনৰ সন্মুখীন নহয়। ছবিজগতত মহিলাসকলে সন্মান লাভ কৰিছে।
অৱশ্যে দুঃশ্চৰিত্ৰৰ অভিনেত্ৰীসকলে পুৰুষৰ শয্যাসংগীনি হৈ আহিছে। চৰিত্ৰহীন মহিলাৰ এনে কাম ডাঙৰ কথা নহয়। এই বিশ্লেষণ সাংসদ ইন’চেণ্ট বেৰিড থেক্কাটালাৰ।