54
ডিজিটেল ডেস্কঃ কাশ্মীৰৰ দুধৰ্ষ সন্ত্ৰাসবাদী সংগঠন হিজবুল মুজাহিদিনৰ কামাণ্ডাৰ বুৰহান ৱানীক লৈ সতৰ্ক হৈ পৰিছে কেন্দ্ৰ চৰকাৰ তথা জম্মু-কাশ্মীৰী প্ৰশাসন।
বিগত বৰ্ষৰ ৮ জুলাইত সেনাৰে সংঘৰ্ষত প্ৰাণ হেৰুওৱা সন্ত্ৰাসবাদৰ পোষ্টাৰ বয় বুৰহানক লৈ এক গ্লেমাৰাচ অভিযানক বাধা দিয়াৰ বাবে তৎপৰ হৈ উঠিছে কেন্দ্ৰ চৰকাৰ।