55
টিংখাঃ সদৌ তাই আহোম ছাত্ৰ সন্হাৰ আটাছুয়ে ৰাজগড় আঞ্চলিক সমিতি উদ্যোগত ডয় পাটকাই সমাজ (অসম) আৰু ৰাজগড়বাসী ৰাইজৰ সহযোগত তাই ভাষা-নৃত্য-গীত আৰু সাজপাৰৰ সপ্তাহজোৰা কৰ্মশালা আজি আৰম্ভ হৈছে।
১৪ জুলাই পৰ্যন্ত হ’ব লগা এই কৰ্মশালাত অংশগ্ৰহণৰ বাবে বয়সৰ সীমা নাই। সকলোৱে এই অনুষ্ঠানটোত অংশ গ্ৰহণ কৰিব পাৰিব বুলি ৰাজগড় আঞ্চলিক সমিতি আটাছুৰ সভাপতি ৰিদিপ চোলাৰধৰা ফুকনে জানিব দিছে।