98
পাঞ্জাবাৰীঃ মহানগৰীৰ বেলতলাত আজিৰে পৰা সাতদিনীয়াকৈ অনুষ্ঠিত হৈছে গ্ৰীষ্মকালীন সাংবাদিক কৰ্মশালা। সংবাদ সেৱাৰ প্ৰতি আগ্ৰহী লোকৰ বাবে গুৱাহাটীৰ বশিষ্ঠ প্ৰেছ ক্লাবৰ উদ্যোগত অনুষ্ঠিত হৈছে এই গ্ৰীষ্মকালীন সাংবাদিকতাৰ কৰ্মশালা।
আজিৰ কৰ্মশালা মুকলি অনুষ্ঠানত অংশগ্ৰহণ কৰে দিশপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাকে ধৰি ছপা আৰু বৈদ্যুতিক মাধ্যমৰ কেইবাগৰাকী জ্যেষ্ঠ সাংবাদিকে।