109
ওদালগুৰিঃ ওদালগুৰি আৰক্ষীয়ে শুকুৰবাৰে চলোৱা অভিযানত জিলাখনৰ গেংদালংগা গাঁৱৰ পৰা এটা বন্দুক, দুটা পিষ্টল উদ্ধাৰৰ লগতে মাজবাটৰ পৰা এজন এন এফ এফ বি কেডাৰক আটক কৰে।
আৰক্ষীয়ে প্ৰকাশ কৰা মতে শুকুৰবাৰে নিশা ওদালগুৰিৰ গেংদালংগা গাঁৱৰ বকুল বড়োৰ ঘৰত সেনা-আৰক্ষীয়ে অতৰ্কিতে অভিযান চলাই তেওঁৰ ঘৰৰ পৰা এটা বন্দুক উদ্ধাৰ কৰে।