62
নগাওঁ টাউনঃ নগাঁও ইলেক্ট্ৰনিক মিডিয়া এচ’ছিয়েশ্বন চমুকৈ ‘নেমা’ৰ উদ্যোগত দেওবাৰে এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হয়।
গুৱাহাটীৰ হায়াত হস্পিতালৰ সহযোগত অনুষ্ঠিত হোৱা শিবৰটোত ডাক্তৰ অঞ্জন জ্যোতি ভূঞা, ডাক্তৰ অম্লান জ্যোতি শৰ্মা, ডাক্তৰ ধ্ৰুৱজ্যোতি কলিতা আদিকে ধৰি কেইবাগৰাকীও অভিজ্ঞ চিকিৎসকে চিকিৎসা সেৱা আগবঢ়ায়।