69
ডিজিটেল ডেস্কঃ প্ৰত্যাশা পূৰণ হ’ল ব্ৰিটেইনৰ স্কট পাৰ্কাৰৰ। দেশখনৰ প্ৰথমজন পুৰুষ হিচাপে তেওঁ প্ৰসৱ কৰিলে এটি সন্তান।
অৱশেষত তেওঁ মাতৃ হল এটি কন্যা সন্তানৰ। মাতৃ হ’বলৈ ব্যাকুল পুৰুষজনৰ ইচ্ছা পূৰণ কৰিলে আধুনিক বিজ্ঞানে।