Home বাণিজ্যএদল অসমীয়া যুৱকৰ প্ৰচেষ্টা ‘অগো’, চিন্তাত উবেৰ-অলা

এদল অসমীয়া যুৱকৰ প্ৰচেষ্টা ‘অগো’, চিন্তাত উবেৰ-অলা

by News Desk
79 views
A+A-
Reset

গুৱাহাটীঃ সময়ে সকলো সলনি কৰে। সময়ৰ বোকোচাত উঠিয়েই এদিন পৰিবহণৰ ক্ষেত্ৰখনত ৰং সলাইছিল মহানগৰীয়ে। হাজাৰ হাজাৰ শিক্ষিত নিৱনুৱাক সপোন দেখুৱাই চাৰিচকীয়া বাহনেৰে ভৰাই পেলাইছিল গুৱাহাটীৰ ৰাজপথ। ভিৰ বাঢ়িছিল বেংক তথা ফাইনেন্স কোম্পানীসমূহত। ভিৰ বাঢ়িছিল গাড়ীৰ ডিলাৰসমূহত। তাৰ পিছতে এদিন ক’ব নোৱৰাকৈয়ে গতি হেৰুৱাই পেলাইছিল অট’চালকসকলে। বিদায় ল’বলৈ বাধ্য হ পৰিছিল প্ৰাইম কেব, গ্ৰীণ কেব, মাই টেক্সিয়ে। তাৰ ঠাই লৈছিল দুটি বহিৰাগত কোম্পানী উবেৰ আৰু অ’লাই। 

সকলো ঠিকে-ঠাকে আগবাঢ়িছিল। যাতায়ত সহজলভ্য কৰি তুলিছিল উবেৰ-অ’লাই। নিৱনুৱাসকলৰ হাতলৈ ধন আহিছিল। চালকসকলৰ মৰ্যাদা বাঢ়িছিল। ইনচেনটিভৰ পইছাৰে সুন্দৰকৈ চলি গৈছিল সকলো। ঘৰ-সংসাৰৰ পৰা আৰম্ভ কৰি একেবাৰে গাড়ীৰ ইনষ্টলমেণ্টলৈকে। হঠাৎ এদিন উবেৰ কৰ্তৃপক্ষই ইনচেনটিভ বন্ধ কৰি দি উবেৰ মালিক আৰু চালকসকলক দলনিত পোনা মেলাৰ দৰে অৱস্থাত এৰি দিয়ে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0