মুম্বাইত মঙলদৈৰ নাতিনী আদিবাই কি কৰিলে? ইন্দু সৰকাৰ-এ আনিছে চৰ্চালৈ

Home বিনোদনমুম্বাইত মঙলদৈৰ নাতিনী আদিবাই কি কৰিলে? ইন্দু সৰকাৰ-এ আনিছে চৰ্চালৈ

মুম্বাইত মঙলদৈৰ নাতিনী আদিবাই কি কৰিলে? ইন্দু সৰকাৰ-এ আনিছে চৰ্চালৈ

by News Desk
89 views
A+A-
Reset

মঙলদৈঃ আদিবা হুছেইন। মঙলদৈৰে এক গাঢ় সম্পৰ্ক ৰক্ষা কৰা আদিবাই মুম্বাইত এতিয়া ব্যাপক চৰ্চাৰ মুখামুখি হৈছে। আৰু এই চৰ্চাৰে বাৰে বাৰে উচ্চাৰিত হৈছে অসমৰ নাম। মায়ানগৰীত আদিবাৰ উপস্থিতিয়ে সম্প্ৰতি চমৎকৃত কৰিছে সকলোকে। সকলোৱে দৃষ্টি ৰাখিছে আদিবাৰ ওপৰত। কিন্তু কিয় এই চৰ্চা? কি কৰিলেনো আদিবাই? সঠিক উত্তৰৰ বাবে বাট চাব লাগিব অহা ২৮ জুলাইলৈ।

গুৰুত্বপূৰ্ণ যে, ৬ বছৰ বয়সতেই আদিবা হুছেইনে খোপনি পুতিছে মায়াময় বলীউডত। অলেখ সম্ভাৱনা আৰু প্ৰতিশ্ৰুতি বহন কৰা মঙলদৈৰ নাতিনী এই কণমাণিজনীয়ে স্ব-প্ৰতিভাৰে উজ্বলি উঠি জিলিকাইছে অসমৰো নাম । সেয়ে, সম্প্ৰতি আদিবাৰ নাম পুনৰ চৰ্চালৈ আহিছে ‘ইন্দু সৰকাৰ’ৰ বাবে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0