59
ডিজিটেল ডেস্কঃ কেইবাদিনৰ পৰা হৈ থকা বৰষুণে সৃষ্টি কৰা ভূমিস্খলনত আজি চুবুৰীয়া ৰাজ্য অৰুণাচলত প্ৰাণ হেৰুৱালে বহুজনে৷
পাহাৰীয়া ৰাজ্যখনৰ পাপুমপাৰা জিলাৰ এখন গাওঁত সংঘটিত হ’ল এই ভূমিস্খলনত৷ এই ভূমিস্খলনত ১৪ গৰাকী লোক মৃত্যুমুখত পৰাৰ উপৰিও পাঁচোটাকৈ ঘৰ মাটিয়ে পুতি পেলায়৷