56
ডিজিটেল ডেস্কঃ নিজৰ ষড়যন্ত্ৰত নিজেই ভৰি থৈ জেলৰ ভাত খাবলগীয়া হ’ল এগৰাকী মহিলাৰ৷ মহাৰাষ্ট্ৰৰ পুণেত সংঘটিত হয় এনে এক ঘটনা৷
নিজক ক্ৰাইম পেট্ৰ’ল ধাৰাবাহিকখনৰ অভিনেত্ৰী বুলি দাবী কৰা ২৫ বৰ্ষীয়া পুজা যাদৱে তেওঁৰ ধৰ্ষণ হোৱা বুলি গোচৰ ৰুজু কৰে৷ পুজাৰ লগতে তেওঁৰ ৩ লগৰীয়াও পুজাৰ ধৰ্ষণ হোৱা বুলি প্ৰকাশ কৰে আৰক্ষীৰ আগত৷