61
ডিজিটেল ডেস্কঃ নৰেন্দ্ৰ মোদীৰ বাবেই বিয়া ভাগিল উত্তৰ প্ৰদেশৰ এহাল যুৱক-যুৱতীৰ। দেশৰ প্ৰধানমন্ত্ৰীক ভাল নোপাৱাৰ কাৰণে প্ৰেমিকে পৰিত্যাগ কৰিলে প্ৰেয়সীৰ সংগ।
দুয়োজনৰে ঘৰ উত্তৰ প্ৰদেশত। দুয়োজনৰে নাম আৰু সঠিক ঠিকনা প্ৰকাশ কৰা হোৱা নাই যদিও সম্প্ৰতি পোহৰলৈ আহিছে বিচ্ছেদৰ কাৰণ।